LATEST

ইনটাৰনেটৰ আৰম্ভণি কেনেকৈ হৈছিল ?

 Advanced Research Projects Agency Network (ARPANET) আছিল ইন্টাৰনেটৰ আৰম্ভনি । ১৯৫৭ চনত আমেৰিকাৰ আৰপাই (ARPA) packet-switching network  আৰু   TCP/IP ৰ জৰিয়তে ইন্টাৰনেটৰ আৰম্ভনি কৰিছিল । আৰপা (ARPA) হৈছে আমেৰিকাৰ সুৰক্ষা বিভাগৰ এটি শাখা ।

ইন্টাৰনেটৰ মূল নিয়ম TCP/IP সংযোগ নিয়মৰ আবিষ্কাৰক হৈছে  ARPANET ৰ কম্পিউটাৰ বিজ্ঞানী  ৰবাৰ্ট কাহন আৰু ভিণ্ট কেৰ্ফয়ে । ইন্টাৰনেটৰ ক্ষেত্ৰত ফ্ৰাঞ্চৰ CYCLADES ৰ লুইজ পৌজিনেও একে ধৰনৰ কাম কৰিছিল । ১৯৬২ চনত আৰপানেট-২ ৰ ডেভেলপ কৰিছিল, ১৯৬৫ চনত wide area network বনাইছিল  Berkeley আৰু MIT ৰ মাজত সংযোগ কৰি ।

১৯৭২ চনত Telnetৰ আৱিষ্কাৰ হৈছিল, Telnetৰ জৰিয়তে remote computer ৰ মাজত সংযোগ স্থাপন সম্ভব হৈছিল । ১৯৭২ চনত Emailৰ আৱিষ্কাৰ হৈছিল, ১৯৭৭ চনত ১০০Userৰ Email System এটা তৈয়াৰ হৈছিল | ১৯৭৩ চনত ARPANETৰ আন্তৰাষ্ট্ৰীয়ভাৱে সম্ৰসাৰন হৈছিল আৰু File Transfer Protocol (FTP)ৰ আৱিষ্কাৰ হৈছিল । ১৯৮৪ চনত Domain Name Serverৰ আৱিষ্কাৰ হৈছিল, যাৰ জৰিয়তে naming of hosts সম্ভব হল আৰু numeric namingৰ অন্ত পৰিল । ১৯৮৬ চনত NSFNET ৰ আৱিষ্কাৰ হৈছিল, যিটো ১৯৯০ চনত আধুনিক Internetৰ মুল ভেটি হিচাপে পৰিগনিত হল । ১৯৯০ ARPANETক Public Networkৰ পৰা আতৰাই ১৯৯৫ চনত সম্পুৰ্ণৰুপে Private Network বনালে। ১৯৯১ চনত আধুনিক Internet World Wide Web (WWW)ৰ আৱিষ্কাৰ হৈছিল । ১৯৯৩ চনত Mosaic নামেৰে প্ৰথম point and click browserৰ আৱিষ্কাৰ হৈছিল, পিছলে Mosaicৰ নাম Netscape হল ।১৯৯২ চনত টীম ৱাৰ্নাচৰ লীয়ে ডব্লিউ ডব্লিউ ডব্লিউ ৰ আৰম্ভনি কৰিছিল ।

No comments:

Post a Comment